Susunod

Google AI Educator Series 2026 | Teachersৰ বাবে AI Training | Assam Teachers Update | Registration |

1 Mga view· 10/03/26
Teacherflix
Teacherflix
5 Mga subscriber
5
Sa

Google AI Educator Series 2026 | Teachersৰ বাবে AI Training | Assam Teachers Big Update | Registration Link


নমস্কাৰ 🙏


আজিৰ এই ভিডিঅ'টোত অসমৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ Google AI Educator Series 2026 সম্পৰ্কে সম্পূৰ্ণ তথ্য আলোচনা কৰিছোঁ।
এই Training-ৰ জৰিয়তে শিক্ষকসকলে Artificial Intelligence (AI) আৰু আধুনিক AI tools-সমূহ teaching আৰু learning process-ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে practical knowledge লাভ কৰাৰ সুযোগ পাব।


🔥 এই ভিডিঅ'টোত জানিব:
✅ Google AI Educator Series 2026 কি?
✅ শিক্ষকসকলৰ বাবে Training-ৰ গুৰুত্ব
✅ Training কেতিয়া অনুষ্ঠিত হ'ব?
✅ Phase I আৰু Phase II
✅ Udalguri জিলাৰ শিক্ষকসকলৰ Session
✅ Training-ৰ সময়
✅ Online Workshop কেনেকৈ join কৰিব?
✅ Registration কেনেকৈ কৰিব?
✅ Registration Link ক'ত পাব?
✅ AI শিক্ষকসকলে কেনেকৈ ব্যৱহাৰ কৰিব পাৰে?
✅ Classroom-ত AI ব্যৱহাৰৰ এটা practical example


📅 Important Dates
🔹 Phase I: 18 September 2026
🔹 Phase II: 24 September 2026
⏰ Time: 12:00 PM – 3:00 PM

💻 Mode: Online


🔗 Registration Link 🦴 https://rsvp.withgoogle.com/ev....ents/google-ai-educa


Google AI Educator Series – Assam Registration⁠�


📌 বিশেষ অনুৰোধ: Registration কৰাৰ পিছত email/message নিয়মিত check কৰি থাকিব, কাৰণ training-ৰ joining information আগতে share কৰা হ'ব পাৰে।

ভিডিঅ'টো যদি উপকাৰী হয়, Like 👍 | Share ↗️ | Subscribe 🔔 কৰিবলৈ নাপাহৰিব।

Rd Education YouTube Channel-ত এনেধৰণৰ Teacher Update, Education News, Assam Education আৰু Online Training সম্পৰ্কীয় তথ্য নিয়মীয়াকৈ পাব।

#GoogleAIEducatorSeries
#AIForTeachers
#AssamTeachers
#TeacherTraining2026
#GoogleForEducation
#SamagraShikshaAssam
#Udalguri
#AITraining
#TeachersUpdate
#AssamEducation
#RdEducation

Magpakita ng higit pa

 0 Mga komento sort   Pagbukud-bukurin Ayon


Susunod